মন্তব্য

শ্রীশ্রীমন্ত ভূঞা : প্ৰধান সম্পাদকৰ একেষাৰ

 

জয়গুৰু শঙ্কৰ  সৰ্বগুণাকৰ

যাকেৰি নাহিকে উপাম ৷

তোহাৰি চৰণকু  ৰেণুশতকোটি

বাৰেক কৰোহো প্ৰণাম ৷৷

হাপুৰুষ শ্রীমন্ত শঙ্কৰদেৱ নামধৰ্ম সমাজ অসমৰ ত্ৰয়োদশ দ্ধিবাৰ্ষিক কাৰ্য্যকালৰ প্ৰথম বৰ্ষৰ প্ৰথম কাৰ্য্যনিৰ্বাহক সভাতগৃহিত তৃতীয় প্ৰস্তাৱ মৰ্মে সমাজখনৰ সৰ্বাঙ্গীন বিকাশৰ বাবে লগতে দুজনাগুৰুৰ সৃষ্টি ৰাজিক সঠিকৰূপত তথ্যসহকাৰে প্ৰচাৰ প্ৰসাৰ কৰাৰ আৰু সহজ লভ্য কৰাৰ মানসৰে সমাজখনৰ সকলো শাখা,আঞ্চলিক, জিলা আৰু ৰাজ্যিক পৰ্য্যায়ৰগুৰুসমাজ, আইমাতৃ,যুৱক যুৱতী,কৃষ্টি ,সাহিত্য, প্ৰচাৰ, তথ্য আৰু সমন্বয় উপসমিতি সমূহৰ লগতে তত্বপৰিষদ সভাৰ সহযোগিতাৰে সমাজখনক বিশ্বত প্ৰতিস্থাকৰাত এই web site খোলাতো এক বলিস্থ পদক্ষেপ হববুলি আশাকৰি সেৱা ধৰা হ’ল৷